এটি গোহাৰি

“মণিকূট-ই আলোচনী” ত প্ৰকাশিত সকলোবোৰ লেখনিৰে স্বত্ব লেখক-লেখিকাৰ নিজৰ। লেখক লেখিকা সকললৈ অনুৰোধ, তেওঁলোকে যাতে অদ্বিতীয় (unique) লেখাহে আমালৈ প্রেৰণ কৰে। যিহেতু আমাৰ অসমীয়া ইউনিকোড ৰূপান্তৰকৰ সংখ্যা তাকৰ, সেয়েহে “মণিকূট-ই আলোচনী”ৰ বাবে প্ৰেৰণ কৰা সকলোবোৰ লেখা মেলা একে সময়তে একেটা সংখ্যাতে প্ৰকাশ কৰাত আমাৰ অসুবিধা হয়। সেয়েহে কিছু সংখ্যক লেখা সংৰক্ষণ কৰি থোৱা হয়। সংৰক্ষিত লিখনিসমূহ পৰৱৰ্তী সংখ্যা সমূহত প্ৰকাশ কৰাৰ দিহা কৰা হৈছে। “মণিকূট-ই আলোচনী” ত প্ৰকাশিত লেখনিবোৰ অদ্বিতীয় হোৱাটোৱে আমাৰ কাম্য । সম্পাদনা-সমিতিৰদ্বাৰা যৎপৰোনাস্তি চেষ্টা কৰা হয় যাতে, অদ্বিতীয় লেখাহে “মণিকূট-ই আলোচনী” ত প্ৰকাশিত হয় তাৰবাবে প্রতিটো লেখা পুংখানুপুংখভাৱে চালি-জাৰি চোৱা হয় যদিওঁ সকলোবোৰ লেখাৰে অদ্বিতীয়তা পৰীক্ষা কৰাতো অসম্ভৱ। গতিকে কোনো লিখনি যদি কাৰোবাৰ অনুমতি অবিহনে ইয়াত প্রকাশ কৰা দৃষ্টিগোচৰ হয় তাৰবাবে আমি তেখেতৰ ওচৰত ক্ষমাপ্রার্থী। অভিযোগমর্মে তেনেকুৱা লিখনি অনতিপলমে মোঁহাৰি পেলোৱাৰ ব্যৱস্থা কৰা হ’ব। ভৱিষ্যতে সকলো ক্ষেত্রতে আপোনালোকৰ সহায় সহযোগিতা কামনাৰে ধন্যবাদেৰে আপোনালোকৰ ” মণিকূট-ই আলোচনী “।

মতামত দিয়ক